তেতিয়াও আঠালেতিয়া
সপোনবোৰে নিশ্বাস
পেলোৱা নাছিল
কতনা আবেলি
আবেগৰ যাৱতিয়
নিৰ্মলবোৰত পাৰ কৰিছিলো
অনুভূতিবোৰো তেজবৰণীয়া
সাথঁৰতো নাছিল
কেৱল কঠিনতাই আৱৰিছিল
অচচ্ছ হৈছিল
কিন্তু নিশ্বাস পেলোৱা নাছিল
এদিন যেনিবা পূৱালীৰ ফালে
তেজবৰণীয়াবোৰ দৌৰিব ধৰিছিল
কাতৰত নিৰৱতাৰ টোপনিয়ে
সংলাপ মাতিছিল
"সপোনবোৰ যেনিবা সেউজীয়া
জীৱনৰ পোখালি মেলাৰ সময় !"
✍️ Arnab Reyaan Rajbongshi