নয়না:"অ" নিয়ৰ তুমি দেখোন!!...ইমান বছৰৰ মূৰত...
নিয়ৰ:হয়....মইয়েই😊😊
নয়না: খবৰ ভাল নে?
নিয়ৰ:আছো...জীবন জিন্দাবাদ😊....তোমাৰ?
নয়না:ভালেই দিয়া..কিবা কামত আহিছিলা নেকি?
নিয়ৰ:এই সৰু সুৰা কিবা এটা কাম আছিল |
নয়না:আট্ছা..😊
নিয়ৰ:তোমাৰ লগৰ জনক চিনি পোবা নাই যে..
নয়না:ওহ্...sorry ..পাহৰিছিলোই চিনাকি কৰাই দিব..He is my husband..আজি আমাৰ ২ বছৰ সম্পূৰ্ণ হল..
নিয়ৰ:বাহ... congrats both of you😊
নয়না: Thank you😊
নিয়ৰ:উমম...
নয়না:তোমাৰ গৰাকী ক'ত?
নিয়ৰ:নিজৰ বুলিবলে এতিয়া একো নাই..এনেকৈয়ে থাকি ভাল লাগে...
নয়না:উমম বাৰু ..পিছে তোমাৰ হাতত এইসমূহ কি বেগত?
নিয়ৰ:সোবৰণী😊
নয়না:মানে বুজা নাই...
নিয়ৰ:নয়না আৰু নিয়ৰৰ কাহিনী..এখন কিতাপ মোৰ😊
নয়না:😥😥😥
নিয়ৰ:আহিবা..গ্ৰন্থমেলাত উপলব্ধ কিছু দিনৰ পিছত..
নয়না:উমমম..চাওঁ দিয়া চোন...
নিয়ৰ:উমমম..কুশলে থাকা দুয়ো..সদায় একেলগে..God bless both to you😊
নয়না:উমমম..
নিয়ৰ:লগ পাই ভাল লাগিল..মই আহিছো
পুৰণি স্মৃতিবোৰ সজীব হৈ থাকক এনেকৈয়ে কাৰোবাৰ নামত..কেতিয়াবা অপ্ৰাপ্তিবোৰো জীয়াই থাকে জানা বৰ নিজমভাবে প্ৰকৃতাৰ্থে...
