নিয়ৰৰ চানেকি অকনো নাছিলপথভ্ৰষ্ট বিকলংগ মইঠিকনা বিছাৰি হাইৰানক'ত সাৰথিঅথবা নিসংগতাৰকান্ধতেই বোজাবোৰসাগৰত কাতৰনিশাৰ অন্ধকাৰঅতিকে ভয়ানকযেনিবা পদূলীৰ কাষ চাপিলোতাতো কোনো নাছিল হতাশাত একমত ।মাজনিশা অকলেধাপলি মেলিমসূৰুজমুখি পথত।।#WissenMonkWednesday